বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। ৮৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা দলটোৱে ঘোষণা কৰিলে।
জালুকবাৰী ড° হিমন্ত বিশ্ব শর্মা
জাগীৰোড পীযূষ হাজৰিকা
নলবাৰী জয়ন্ত মল্লবৰুৱা
ৰঙিয়া ভৱেশ কলিতা
কমলপুৰ দিগন্ত কলিতা
ডিগবৈ সুৰেন ফুকন
ডিব্ৰুগড় প্ৰশান্ত ফুকন
বিশ্বনাথ পল্লৱ লোচন দাস
মাকুমৰ সঞ্জয় কিষাণ
ধেমাজিৰ ডাঃ ৰণোজ পেগু
মৰিগাঁৱত ৰমাকান্ত দেউৰী
বঢ়মপুৰত জিতু গোস্বামী
নগাঁৱত ৰূপক শৰ্মা
বিহপুৰীয়া ভূপেন বৰা
নাহৰকটীয়া তৰংগ গগৈ
টিংখাং বিমল বৰা
ডিমৌ সুশান্ত বৰগোহাঁই
গোলাঘাট অজন্তা নেওগ
খোৱাঙত চক্ৰধৰ গগৈ
মাহমৰা সূৰজ দিহিঙীয়া
দিছপুৰ সমষ্টিত BJPৰ প্ৰাৰ্থী হ’ব আজি যোগদান কৰা প্ৰদ্যুৎ বৰদলৈ। মধ্য গুৱাহাটী সমষ্টিত BJPৰ প্ৰাৰ্থী হ’ব বিজয় গুপ্তা। নিউ গুৱাহাটী সমষ্টিত BJPৰ প্ৰাৰ্থী হ’ব দিপ্লুৰঞ্জন শৰ্মা। ছিপাঝাৰ BJPৰ প্ৰাৰ্থী হ’ব পৰমা ৰাজবংশী। মঙলদৈ BJPৰ প্ৰাৰ্থী হ’ব নীলিমা দেৱী। তিনিচুকীয়াত BJPৰ প্ৰাৰ্থী হ’ব পুলক গোহাঁই
সৰুপথাৰ সমষ্টিত BJP প্ৰাৰ্থী হ’ব বিশ্বজিৎ ফুকন, ঢকুৱাখনা নৱ কুমাৰ দলে, কাটিগড়াত কমলাক্ষ দে পুৰকাস্থ প্ৰাৰ্থিত্ব প্ৰদান কৰিব BJPএ। ঢেকীয়াজুলি সমষ্টিত BJP প্ৰাৰ্থী হ’ব অশোক সিংহল।
নদুৱাৰ সমষ্টিৰ BJPৰ প্ৰাৰ্থী হ’ব পদ্ম হাজৰিকা। আমৰি সমষ্টিত BJP প্ৰাৰ্থী হ’ব তুলিৰাম ৰংহাং। যোৰহাটত BJP প্ৰাৰ্থী হ’ব হিতেন্দ্ৰ নাথ গোস্বামী। তামুলপুৰত BJP প্ৰাৰ্থী হ’ব বিশ্বজিৎ দৈমাৰী। ৰামেশ্বৰ তেলী হ’ব দুলীয়াজান সমষ্টিৰ BJP প্ৰাৰ্থী।ৰঙাপৰাৰ BJPৰ প্ৰাৰ্থিত্ব লাভ কৰিলে কৃষ্ণকমল তাঁতীয়ে। শদিয়াৰ BJP প্ৰাৰ্থী হ’ব বলীন চেতিয়া। মাৰ্ঘেৰিটাৰ BJP প্ৰাৰ্থী হ’ব ভাস্কৰ শর্মা।লামডিঙত শিলাদিত্য দেবক BJP প্ৰাৰ্থিত্ব, ৰহা সমষ্টিত ন-বিজেপি শশীকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BJPএ। পলাশবাৰীত হিমাংশু বৈশ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BJPএ।দেৰগাঁৱত মৃদুল দত্তক BJPৰ প্ৰাৰ্থিত্ব, বিজনীত অৰূপ দে’ক BJPৰ প্ৰাৰ্থিত্ব।টিহুত চন্দ্ৰমোহন পাটোৱাৰীক BJPৰ প্ৰাৰ্থিত্ব প্ৰদান, নাৰায়ণ ডেকাক বৰক্ষেত্ৰীত সমষ্টি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BJPএ। ভৱানীপুৰ-সৰুক্ষেত্ৰীত ৰণজিৎ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BJPএ। ৰামকৃষ্ণ নগৰত বিজয় মালাকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BJPএ। জোনাই সমষ্টিত BJP প্ৰাৰ্থী হ’ব ভুৱন পেগু।
