- বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম
- প্ৰতিটো দলে নিজা নিজা প্ৰতিশ্ৰুতিৰে কাষ চাপিছে ৰাইজৰ
- ৰাজ্যৰ ১২৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৭২২ প্ৰাৰ্থীয়ে
- মুঠ ৮১৫ প্ৰাৰ্থীয়ে দাখিল কৰিছিল ১,৩৮৯খন মনোনয়ন পত্ৰ
- ৭৮৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিৱেচিত হৈছিল
- ইয়াৰে ৬৭ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ
- আজি আছিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
- নিৰ্বাচন আয়োগে সদৰী কৰিছে এই তথ্য
- প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা সকলৰ ভিতৰত আছে বিজেপিৰো কেইবাগৰাকী নেতা
