আজি বিজেপিৰ শক্তি বৃদ্ধি কৰিবলৈ অসমলৈ আহিব বিহাৰৰ বিধায়ক, প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ

আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই
অসমত আজিৰে পৰা ৩ দিনৰ বাবে থাকিব আনন্দ মিশ্ৰ
৭ এপ্ৰিললৈকে অসমত থাকি নেতাগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ
প্ৰাক্তন IPS বিষয়াগৰাকী কিছু সময়ৰ পাছতে পাবহি ডিব্ৰুগড় বিমানবন্দৰ
বৰ্তমান বিহাৰৰ বিধায়কগৰাকীয়ে বিজেপিৰ হৈ চলাব প্ৰচাৰ
আজি তিনিচুকীয়া জিলাত মিশ্ৰই চলাব নিৰ্বাচনী প্ৰচাৰ
৬ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই
৭ এপ্ৰিলত নেতাগৰাকীয়ে নগাঁও জিলাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে
আৰক্ষী সেৱাত নিয়োজিত থকাৰ সময়ত তিনিওখন জিলাত মিশ্ৰই কাম কৰিছিল
বিজেপিয়ে যুৱ চামক আকৰ্ষিত কৰিবলৈ আনন্দ মিশ্ৰৰ সহায় বিচাৰিছে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *