- শ্ৰীলংকাৰ নৌসেনাৰ হাতত বন্দী ভাৰতীয় মাছমৰীয়া
- বন্দী কৰা হৈছে ১২গৰাকী ভাৰতীয় মাছমৰীয়াক
- প্ৰাপ্ত তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমা উলংঘন কৰিছিল তেওঁলোকে
- আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমা উলংঘনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে
- গ্ৰেপ্তাৰ হোৱা আটাইকেইজন মাছমৰীয়া তামিলনাডুৰ ৰামেশ্বৰমৰ বুলি জানিব পৰা গৈছে
- এখন নাও জব্দ কৰিছে শ্ৰীলংকাৰ নৌসেনাই
- মাছমৰীয়াকেইজনক মোকলাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ভাৰত চৰকাৰৰ
