এইবাৰ মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰম্ভ অভিযান

  • নিশা মহানগৰীত ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে সাৱধান
  • এতিয়া যিকোনো স্থানলৈ যোৱাৰ সময়ত পৰিব পাৰে বিপদত
  • মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰম্ভ অভিযান
  • যানবাহন আৰক্ষীয়ে বিভিন্ন প্ৰান্তত চলাইছে অভিযান
  • ৰাজীৱ ভৱনৰ সমীপত জি এছ ৰোডত চলিছে অভিযান
  • ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰিছে চালকক
  • মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পিছতেই সষ্টম আৰক্ষী

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *