কাজিৰঙাৰ গেলেকীত ভয়ংকৰ পথ দুৰ্ঘটনা

  • কাজিৰঙাৰ গেলেকীত ভয়ংকৰ পথ দুৰ্ঘটনা
  • ই ৰিক্সাৰ খুন্দাত নিহত হয় এজন লোক
  • নিহত লোকজন বুদ্ধেশ্বৰ কোঁচ 
  • ইফালে আহত আন এজন লোক
  • গুৰুতৰভাৱে আহত লোকজন বিশ্বজিৎ মণ্ডল
  • দুৰ্ঘটনাৰ পিছতে বুদ্ধেশ্বৰ কোঁচক নিয়া হৈছিল কহঁৰা অসামৰিক চিকিৎসালয়লৈ
  • চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *