- নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত
- নেতাৰ কনফিডেন্স বাঢ়িছে ভোটগণনাৰ পূৰ্বে
- নিজৰ শক্তিৰ কথাও ক’লে কেইবাগৰাকী নেতাই
- কোন প্ৰাৰ্থী কিমান ভোটত জয়ী হ’ব তাৰো দিলে হিচাপ
- নদুৱাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা বোলে জিকিব ৫০ হাজাৰৰো অধিক ভোটত
- বৰপেটাতো NDAৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ জয়লাভৰ দাবী
- নেতাগৰাকী বোলে জয়ী হ’ব ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত
- গোৱালপাৰাৰ পূব সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদৰ জয়ী হ’ম বুলি দাবী
- বজালীত NDAৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰো জয়ী হ’ম বুলি দাবী
- জলেশ্বৰত জয়লাভ কৰিব বুলি দাবী কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰ
- ওৰাঙত বিপুল ভোটত জয়লাভৰ দাবী NDAৰ চৰণ বড়োৰ
