- সকলোকে সতৰ্ক আৰু সাৱধান হোৱাৰ আহ্বান
- বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী
- আজিৰে পৰা ৫ মে’ পৰ্যন্ত হ’ব ধাৰাসাৰ বৰষুণ হ’ব
- পশ্চিমবংগ, ছিকিম, উত্তৰ-পূব ভাৰতত হ’ব বৰষুণ
- ৪০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বলিব বতাহ
- ঠায়ে ঠায়ে বজ্ৰপাতৰো সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ
