- কাটিগড়াত টিফিন খোৱাৰ পিছতে শ্ৰেণীকোঠাত অসুস্থ হৈ পৰে কণমানি ছাত্ৰ
- ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰৰ মৃত্যুক লৈ চাঞ্চল্য
- ঘৰৰ পৰা অনা টিফিনত আছিল মেগি আৰু চিপছ
- ছাত্ৰজনক চিকিত্সালয়লৈ নিয়ে যদিও মৃত ঘোষণা কৰে চিকিত্সকে
- মৃত ছাত্ৰজন ৫ বছৰীয়া ছাকিবুল আলম
- হোলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ KG-1ৰ ছাত্ৰ আছিল ছাকিবুল আলম
- গংগাপুৰৰ হাৰিছ উদ্দিনৰ পুত্ৰ ছাকিবুল আলম
