১২ মে’ত ৰাজ্যত নতুন চৰকাৰৰ শপতগ্ৰহণ

  • ১২ মে’ত ৰাজ্যত নতুন চৰকাৰৰ শপতগ্ৰহণ
  • খানাপাৰা খেলপথাৰত হ’ব শপতগ্ৰহণ সমাৰোহ
  • শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি
  • খানাপাৰা খেলপথাৰত চলিছে বিশাল পেণ্ডেল নিৰ্মাণৰ কাম
  • শপতগ্ৰহণ সমাৰোহত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব অনুষ্ঠানত
  • বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব অনুষ্ঠানত
  • শপতগ্ৰহণত উপস্থিত থাকিব NDA শাসিত ২০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *