- পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা
- ১২ মে’ত হ’ব অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান
- এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
- এই কথা ঘোষণা বিজেপি বিধায়িনী গোটৰ দলপতি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
- ক্ষন্তেক পাছতে লোক ভৱনলৈ যাব NDAৰ ১০ জনীয়া দল
- চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ ওচৰত দাখিল কৰিব বিধায়কৰ তালিকা
- শপতগ্ৰহণ অনুষ্ঠানত কেইবাগৰাকী মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব
- মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়েও ল’ব শপত
