- কাইলৈ মুখ্যমন্ত্ৰীৰ লগতে ৪গৰাকী মন্ত্ৰীয়েও ল’ব শপত
- শপতগ্ৰহণ কৰিব ৰামেশ্বৰ তেলী, অজন্তা নেওগে
- অগপৰ সভাপতি অতুল বৰায়ো মন্ত্ৰী হিচাপে ল’ব শপত
- BPFৰ চৰণ বড়োৱে শপত ল’ব মন্ত্ৰী হিচাপে
- বিধানসভাৰ অধ্যক্ষ হ’ব ৰণজিৎ কুমাৰ দাস
- এই কথা সদৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
