‘ঐ ধৰ, মাৰ’, কংগ্ৰেছৰ গোপন বৈঠকত হৈছিল কি?

  • কংগ্ৰেছৰ গোপন বৈঠকত হুলস্থুলীয়া পৰিৱেশ
  • এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ
  • সভাকক্ষৰ পৰা বাহিৰলৈ তৰ্ক-বিতৰ্কৰ শব্দ ভাঁহি আহিল
  • বিৰোধী দলপতি নিৰ্বাচনক লৈ বৈঠক চলি আছিল
  • সেই সময়তে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়
  • ‘ঐ ধৰ, মাৰ’ বুলি ভাঁহি আহে ভিতৰৰ পৰা
  • অৱশ্যে গৌৰৱ গগৈয়ে অস্বীকাৰ কৰে সেই খবৰ
  • টেবুলত ঢকিয়াওতে তেনে শব্দ হ’ব পাৰে বুলি মন্তব্য
  • সাংবাদিকে নিজে এই খবৰ সৃষ্টি কৰা বুলিও গৌৰৱ গগৈৰ দাবী

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *