- মহানগৰীত বাঢ়িছে চুৰিৰ ঘটনা
- এইবাৰ মহানগৰীৰ মালিগাঁৱত চুৰিকাণ্ড
- প্ৰাপ্ত তথ্য অনুসৰি মালিগাঁও ভৰালী কমপ্লেক্সত চোৰে চলালে লুটপাট
- ডাক্স কমিউনিকেচন নামৰ মোবাইল বিপনীখনত চুৰিকাণ্ড
- চুৰি এফালৰ পৰা বিভিন্ন সামগ্ৰী লৈ যায়
- প্ৰায় ৩০ লাখ টকাৰ মোবাইল লুটি নিলে চোৰে
- বিপনীখনৰ দুটা CC কেমেৰাও ভাঙি থৈ যায় চোৰে
- ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে
