- এইবাৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম
- দীৰ্ঘদিনৰ অন্তত আজিৰে পৰা ১৮৩.৫০ টকাকৈ হ্ৰাস পালে চিলিণ্ডাৰৰ দাম
- ইফালে অপৰিৱৰ্তিত আছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য
- উল্লেখ্য যে, গুৱাহাটীত আজি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩ হাজাৰ ১৭৩ টকা ৫০ পইচা
- দীৰ্ঘদিনৰ পৰা বাঢ়িয়েই আছিল চিলিণ্ডাৰৰ দাম
- ২০২৬ৰ জানুৱাৰীৰ পৰা জুন পৰ্যন্ত ১৫০০ টকা বৃদ্ধি পাইছিল বাণিজ্যিক চিলিণ্ডাৰত
