উত্তৰ অসমৰ কেইবাখনো ৰে’লৰ চলাচলৰ পথ সলনি

  • চিমেন নদীৰ দলং ভগা বাবে ৰে’ল চলাচলৰ পথ সলনি কৰা হৈছে
  • উত্তৰ অসমৰ কেইবাখনো ৰে’লৰ চলাচলৰ পথ সলনি কৰিছে ৰে’ল বিভাগে
  • চিমেন নদীৰ দলং মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
  • লাচিত এক্সপ্ৰেছ, ডেকাৰগাঁও এক্সপ্ৰেছৰ পথ সলনি কৰা হৈছে
  • উজনি আৰু নামনিমুৱা দুয়োখন ৰে’ল সাময়িকভাৱে চলিব চিলাপথাৰৰ পৰা
  • ৰঙিয়া-মুৰ্কংচেলেক এক্সপ্ৰেছো চিলাপথাৰৰ পৰা চলোৱাৰ সিদ্ধান্ত
  • নিউ চিচিবৰগাঁও পৰ্যন্তহে চলাচল কৰিব লিডু-মুৰ্কংচেলেক ডেম’ ৰে’ল
  • ১৫ জুলাই পৰ্যন্ত সালসলনি কৰা হৈছে ৰে’লকেইখনৰ পথ
  • এই সন্দৰ্ভত জাননী জাৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *